Department Of Assamese

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপিকা আছিল কুঞ্জলতা বৰদলৈ আৰু বিনীতা বৰুৱা । প্ৰথম অৱস্থাত অসমীয়া বিভাগৰ মেজৰ নাছিল । পৰৱৰ্তী কালত মেজৰ খোলা হয় আৰু সুখ্যাতিৰে বহু ছাত্ৰী উৰ্ত্তীণ হৈ বৰ্তমান বিভিন্ন কলেজ , স্কুলত কৰ্মৰত হৈ আছে । অসমীয়া বিভাগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত সন্মান বিষয়ক পাঠ্যক্ৰমৰ লগতে সাধাৰণ (General) বিষয়ৰ পাঠ্যক্ৰমৰো অধ্যয়নৰো সুবিধা আগবঢ়াই আহিছে । অসমীয়া বিভাগে ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশ সাধনৰ বাবে কেতবোৰ গঠনমূলক কাম কৰি আহিছে । তলত উল্লেখ কৰা হ'ল -
১) বিভাগীয় বাৰ্ষিক আলোচনী ' ৰ'দালি' প্ৰকাশ
২) প্ৰাচীৰ পত্ৰিকা 'প্ৰত্যুষ'
৩) অসমীয়া বিভাগে ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে তাৎপৰ্যপূৰ্ণ দিৱস বিশেষত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।
৪) ছাত্ৰীসকলৰ উদ্দেশ্যে বিভিন্ন সময়ত সমল ব্যক্তিৰ উপস্থিতিত উদগনিমূলক অনুষ্ঠানৰ আয়োজন ।
৫) বিভাগীয় পুথিভঁৰালৰ সুবিধা ।
৬) সময়ে সময়ে অনুষ্ঠিত বিভিন্ন সাহিত্য প্ৰতিযোগীতা ।
৭) বিভিন্ন কলেজৰ লগত শৈক্ষিক বিনিময় পাঠদান কাৰ্যসূচী ।
৮) আন্ত:বিভাগীয় শৈক্ষিক পাঠদান ।
৯) ছাত্ৰীসকলৰ যোগাযোগৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ বাবে সমূহীয়া আলোচনা চক্ৰত, গৱেষণা পত্ৰ প্ৰস্তুত আদিৰ অনুশীলন ।

Faculty Members:


Tilottoma Gogoi, HoD

Associate Professor
Specialisation : Literature
Contact Number : 8638100826
email : tilottomagogoi1964@gmail.com

RESUME

Ranjita Saikia

NET, M.Phil.
Assistant Professor
Specialisation : Comparative Literature
Area of Research: Cultural Tourism (M.Phil.), Assamese Travelogue (Ongoing Ph.D.).
Contact Number : 9954770498
email : ranjitasaikia.khaund@gmail.com

RESUME

Pinki Konwar

M.A.
Assistant Professor ( Part Time)
Specialisation : Literature
Contact Number : 9101161700
email : pinkikonwar4@gmail.com

RESUME

Departmental Activity: